ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
ଉଦାହରଣ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
ସମକକ୍ଷ : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স
ଅର୍ଥ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য
ଉଦାହରଣ : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়
ସମକକ୍ଷ : ভাড়া, ভাৰা, মাচুল
ଅର୍ଥ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
ଉଦାହରଣ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
ସମକକ୍ଷ : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স
ଅର୍ଥ : কোনো কামৰ সলনি লোৱা বা দিয়া ধন
ଉଦାହରଣ : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল
ସମକକ୍ଷ : ফিজ, মাচুল
ସଂସ୍ଥାପନ କରନ୍ତୁ