ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আনক শুনাত প্রবৃত্ত কৰা
ଉଦାହରଣ : আইতাই আমাক ৰাতি কাহিনী শুনায়
ଅର୍ଥ : ভাল-বেয়া কোৱা
ଉଦାହରଣ : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে
ସମକକ୍ଷ : কোৱা
ଅର୍ଥ : মৌখিক ্বর্ণ্্না কৰা কার্য
ଉଦାହରଣ : তেওঁ নিজৰ ৰাম কাহিনী শুনালে
ଅର୍ଥ : কবিতা,গজল আদি কোৱা কার্য
ଉଦାହରଣ : শ্যামে স্বৰচিত কবিতা পাঠ কৰি আছে
ସମକକ୍ଷ : পাঠ কৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ