ଅର୍ଥ : ন্যায়ালয় বা ন্যায়াধীশৰ সন্মুখত কোনো অভিযোগ বা মোকর্দ্্মাৰ বিষয়ে বিচাৰ কৰা কার্য
ଉଦାହରଣ :
আজি দেৱানী আদালতত মোৰ মোকর্দ্্মাৰ শুনানী আছে
ସମକକ୍ଷ : সোধ
ଅର୍ଥ : বিচাৰৰ কাৰণে দুয়োপক্ষৰ কথা নিজ সাক্ষাতত শুনা
ଉଦାହରଣ :
দণ্ডাধীশে অভিযোগকাৰী আৰু অভিযুক্ত দুয়োপক্ষৰ শুনানী লʼলে