ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ধর্ম অনুসৰি পবিত্র হোৱা অৱস্থা
ଉଦାହରଣ : গংগাজলৰ পবিত্রতাত কোনো সন্দেহ নাই
ସମକକ୍ଷ : পবিত্রতা, শুচিতা
ଅର୍ଥ : বিশুদ্ধ হোৱাৰ অৱস্থা
ଉଦାହରଣ : সোণাৰীয়ে সোণ দেখিয়েই তাৰ বিশুদ্ধতা প্রমাণ পায়
ସମକକ୍ଷ : বিশুদ্ধতা, বিশুদ্ধি, যথার্থত্া, সাৰবত্তা
ଅର୍ଥ : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ : পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে
ସମକକ୍ଷ : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, স্বচ্ছতা
ସଂସ୍ଥାପନ କରନ୍ତୁ