ଅର୍ଥ : নিজকে শুদ্ধ কৰিবৰ বাবে তী্র্থ আদিৰ জল নিজৰ গাত চটিওৱা কার্য
ଉଦାହରଣ :
পূজাৰ আগতে পৱিত্র কৰা হয়
ସମକକ୍ଷ : পৱিত্র
ଅର୍ଥ : যিটো ভুল নহয়
ଉଦାହରଣ :
শুদ্ধ বাক্যৰ ওপৰত শুদ্ধ চিন লগাওক
ଅର୍ଥ : ভেজাল নাইকিয়া ভাল বস্তু
ଉଦାହରଣ :
আজিকালি বজাৰত খাতি বস্তু পাবলৈ নাই
ସମକକ୍ଷ : অবিমিশ্রিত, আঁভজুৱা, আচল, খাটি, নির্ভেজ্াল, নি্ভঁজুৱা, নি্ভাঁজ বিশুদ্ধ