ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শুক্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শুক্র   বিশেষ্য

ଅର୍ଥ : মতা জীৱ-জন্তুৰ বী্র্যত ্ পোৱা জীৱাণু, যি ডিম্বাণুৰ সংযোগত নতুন জীৱৰ জন্ম দিব পাৰে

ଉଦାହରଣ : পুৰুষৰ বীর্যত শুক্রাণু পোৱা যায়

ସମକକ୍ଷ : শুক্রাণু

ଅର୍ଥ : শৰীৰৰ যি ধাতুৰ পৰা বল, শক্তি, কান্তি আদি আহে আৰু সন্তান উৎপন্ন হয়

ଉଦାହରଣ : তেওঁ বী্র্য সম্বন্ধীয় ৰোগত ভোগী আছে

ସମକକ୍ଷ : বী্র্য

ଅର୍ଥ : বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটো

ଉଦାହରଣ : তেওঁৰ ্ ডাঙৰ লʼৰাটো শুক্রবাৰে জন্ম হৈছিল

ସମକକ୍ଷ : শুকুৰবাৰ, শুক্রবাৰ

ଅର୍ଥ : আপেক্ষিকভাৱে পৃথিৱীতকৈ সূর্যৰ বেছি ওচৰত থকা সৌৰজগতৰ এটা গ্রহ

ଉଦାହରଣ : বৈজ্ঞানিকসকলে শুক্র-গ্রহৰ বিষয়ে অধিক জানিবলৈ গৱেষণা কৰি আছে

ସମକକ୍ଷ : শুকুৰ, শুক্র-গ্রহ