ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শুকোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শুকোৱা   ক্ৰিয়া

ଅର୍ଥ : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা

ଉଦାହରଣ : ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে

ସମକକ୍ଷ : বাষ্পীভূত কৰা

ଅର୍ଥ : আদ্রতা দূৰ কৰা

ଉଦାହରଣ : অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়

ଅର୍ଥ : সজীৱতা বা সতেজতা ভাব নথকা

ଉଦାହରଣ : অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে

ଅର୍ଥ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

ଉଦାହରଣ : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

ସମକକ୍ଷ : শুকাই যোৱা