ଅର୍ଥ : শৰীৰ ক্ষীণাই যোৱা অৱস্থা
ଉଦାହରଣ :
তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে
ସମକକ୍ଷ : ক্ষীণকায় হোৱা, হাড় ওলাই অহা
ଅର୍ଥ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
ଉଦାହରଣ :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
ସମକକ୍ଷ : শুকোৱা
ଅର୍ଥ : উজ্জ্বলতা কমি যোৱা
ଉଦାହରଣ :
বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
ସମକକ୍ଷ : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা