ଅର୍ଥ : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী
ଉଦାହରଣ :
সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে
ଅର୍ଥ : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ
ଉଦାହରଣ :
মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে
ସମକକ୍ଷ : হেলমেট