ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শিশু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শিশু   বিশেষ্য

ଅର୍ଥ : যিয়ে এতিয়া বা অলপ সময় আগতে জন্ম লৈছে

ଉଦାହରଣ : আজিকালি চিকিৎসালয়ত নৱজাতক শিশু চুৰ কৰাটো সহজ কথা হৈ পৰিছে

ସମକକ୍ଷ : কেঁচুৱা, নৱজাত শিশু, নৱজাতক

ଅର୍ଥ : কম বয়সীয়া লʼৰা বা ছোৱালী

ଉଦାହରଣ : তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়

ସମକକ୍ଷ : বাচ্চা, বালক-বালিকা, লʼৰা-ছোৱালী, সৰু লʼৰা-ছোৱালী