ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিলৰ টুকুৰা
ଉଦାହରଣ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
ସମକକ୍ଷ : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলগুটি, শৈলখণ্ড
ଅର୍ଥ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
ଉଦାହରଣ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
ସମକକ୍ଷ : পাথৰ, প্রস্তৰ, শিল
ସଂସ୍ଥାପନ କରନ୍ତୁ