ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিলৰ টুকুৰা
ଉଦାହରଣ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
ସମକକ୍ଷ : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলাখণ্ড, শৈলখণ্ড
ଅର୍ଥ : সৰু আকাৰৰ শিল
ଉଦାହରଣ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
ସମକକ୍ଷ : পাথৰ, শিল
ଅର୍ଥ : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে
ଉଦାହରଣ :
ସମକକ୍ଷ : পাথৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ