ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
ଉଦାହରଣ : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
ସମକକ୍ଷ : চূড়া, শিখা
ଅର୍ଥ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
ଉଦାହରଣ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
ସମକକ୍ଷ : উচ্চ, ওখ, ওখ-পাখ, চৰা, টিং
ସଂସ୍ଥାପନ କରନ୍ତୁ