ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
ଉଦାହରଣ : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
ସମକକ୍ଷ : চূড়া, শিখৰ
ଅର୍ଥ : জুইৰ আগ
ଉଦାହରଣ : অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
ସମକକ୍ଷ : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, ভমক
ଅର୍ଥ : ব্রাহ্মণ সম্প্রদায়ৰ লোকসকলে মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা
ଉଦାହରଣ : আজিকালি বেছিভাগ ব্রাহ্মণ লোকেই টিকনি নাৰাখে
ସମକକ୍ଷ : টিকনি, টিকি
ଅର୍ଥ : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
ଉଦାହରଣ : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
ସମକକ୍ଷ : অগ্র, আগ
ସଂସ୍ଥାପନ କରନ୍ତୁ