ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শিকলি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শিকলি   বিশেষ্য

ଅର୍ଥ : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু

ଉଦାହରଣ : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে

ସମକକ୍ଷ : খাৰুৱা, জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শৃঙ্খল

ଅର୍ଥ : ধাতুৰ খাৰুৰে বনোৱা ৰচী

ଉଦାହରଣ : জন্তুক ৰচী বা শিকলিৰে বান্ধি ৰখা হয়

ଅର୍ଥ : পশু বা জীৱ-জন্তু আদি বান্ধি ৰাখিবৰ কাৰণে সিহঁতৰ ডিঙিত পিন্ধোৱা ধাতুৰ শৃংখল বিশেষ

ଉଦାହରଣ : কুকুৰটো শিকলিৰে বান্ধি লোৱা