ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰৰ বল
ଉଦାହରଣ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
ସମକକ୍ଷ : জোৰ, শকতি, শক্তি, শাৰীৰিক বল
ଅର୍ଥ : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে
ଉଦାହରଣ : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল
ସମକକ୍ଷ : পৰাক্রম, বাহুবল
ସଂସ୍ଥାପନ କରନ୍ତୁ