ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শান্তি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শান্তি   বিশেষ্য

ଅର୍ଥ : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

ଉଦାହରଣ :

ସମକକ୍ଷ : অৱকাশ, অৱসৰ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, সুখ

ଅର୍ଥ : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ

ଉଦାହରଣ : সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে

ସମକକ୍ଷ : প্রশান্তি

ଅର୍ଥ : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ

ଉଦାହରଣ : ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ

ସମକକ୍ଷ : আৰাম

ଅର୍ଥ : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ

ଉଦାହରଣ : লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়

ସମକକ୍ଷ : সুখ

ଅର୍ଥ : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা

ଉଦାହରଣ : যুদ্ধৰ পিছত দেশত এতিয়া শান্তি

ଅର୍ଥ : ক্ষোভ, দুখ নথকা মনৰ শান্ত অৱস্থা

ଉଦାହରଣ : যোগ সাধনে মনলৈ শান্তি আনে

ସମକକ୍ଷ : প্রশান্তি, স্বস্তি, ্শাঁতি

ଅର୍ଥ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল

ସମକକ୍ଷ : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা