ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শান্ত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শান্ত   বিশেষণ

ଅର୍ଥ : যি ক্রোধী নহয়

ଉଦାହରଣ : অক্রোধী লোকক সকলোৱে পছন্দ কৰে

ସମକକ୍ଷ : অকোপন, অক্রুদ্ধ, অক্রোধিত, অক্রোধী, অৰুষ্ট

ଅର୍ଥ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই

ଉଦାହରଣ : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়

ସମକକ୍ଷ : ঠাণ্ডা

ଅର୍ଥ : যʼত তৰঙ্গ উঠি থকা নাই

ଉଦାହରଣ : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

ସମକକ୍ଷ : স্থিৰ

ଅର୍ଥ : ধ্বনিহীন বা যʼত ধ্বনি নাথাকে

ଉଦାହରଣ : ৰাতি নিজম আছিল আৰু ্তেওঁ ্ছাদৰ ওপৰত ঠিয় হৈ তৰা চাই আছিল

ସମକକ୍ଷ : নিজম, নিশ্্ব্দ

ଅର୍ଥ : যি উদ্বিগ্ন নহয়

ଉଦାହରଣ : মোহনৰ জীৱন নিৰুদ্বিগ্ন

ସମକକ୍ଷ : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত

ଅର୍ଥ : যাৰ চিত্ত স্থিৰ

ଉଦାହରଣ : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

ସମକକ୍ଷ : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত

ଅର୍ଥ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে

ଉଦାହରଣ : ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে

ସମକକ୍ଷ : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান