ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গছ আদিৰ গা-গছৰ পৰা ইফালে-সিফালে ওলোৱা অংগ
ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে আমগছৰ ডালত ওলমি আছে
ସମକକ୍ଷ : ডাল, ডাল-পাত, ডালি, পল্লৱাধাৰ, বৃক্ষশাখা, শাখা-প্রশাখা
ଅର୍ଥ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
ଉଦାହରଣ : এই সংস্থাৰ পাঁচটা অংগ আছে
ସମକକ୍ଷ : অংগ
ଅର୍ଥ : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
ଉଦାହରଣ : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
ସମକକ୍ଷ : সম্প্রদায়
ସଂସ୍ଥାପନ କରନ୍ତୁ