ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এজন দেৱতা
ଉଦାହରଣ : মোহনে নিয়মিতভাৱে শনিৰ পূজা কৰে
ସମକକ୍ଷ : শনিদেৱ
ଅର୍ଥ : সৌৰজগতৰ সপ্তম গ্রহ
ଉଦାହରଣ : শনি পৃথিৱীৰ আটাইতকৈ দূৰত অৱস্থিত গ্রহ
ସମକକ୍ଷ : শনি-গ্রহ
ଅର୍ଥ : শুক্রবাৰৰ পিছৰ আৰু দেওবাৰৰ আগৰ দিনটো
ଉଦାହରଣ : তেওঁ ্ অহা শনিবাৰে আহিব প্রত্যেক শনিবাৰে মোৰ ছুটি থাকে
ସମକକ୍ଷ : শনিবাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ