ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
ଉଦାହରଣ : দহৰ দহ গুণ এশ
ସମକକ୍ଷ : এশ, ১০০
ଅର୍ଥ : এশ বছৰ কাল
ଉଦାହରଣ : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি
ସମକକ୍ଷ : শতাব্দী, শতিকা
ଅର୍ଥ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
ଉଦାହରଣ : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
ସମକକ୍ଷ : শ
ଅର୍ଥ : এশৰ সমূহ বা গোট
ଉଦାହରଣ : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
ଅର୍ଥ : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
ଉଦାହରଣ : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ