ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শঠতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শঠতা   বিশেষ্য

ଅର୍ଥ : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

ଉଦାହରଣ : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

ସମକକ୍ଷ : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শাঠ্য

ଅର୍ଥ : বিশ্বাস কৰোঁতাৰ বিশ্বাস ভাঙি অপকাৰ কৰোঁতা

ଉଦାହରଣ : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়ে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক গুলীৰে থকাসৰকা কৰি দিলে

ସମକକ୍ଷ : চুকতে থাকি বুকতে কামোৰ মৰা-, বিশ্বাসঘাতকতা

ଅର୍ଥ : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : দুষ্টতাৰ পৰা আঁতৰি থাকা

ସମକକ୍ଷ : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, নীচতা

ଅର୍ଥ : কুটিল হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : কুটিলতাৰ কাৰণে তেওঁক ্কোনেও পছন্দ নকৰে

ସମକକ୍ଷ : কপটতা, কুটিলতা