ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
ଉଦାହରଣ : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
ସମକକ୍ଷ : আশংকা, শংকা, সংশয়, সন্দেহ
ଅର୍ଥ : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
ଉଦାହରଣ : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
ସମକକ୍ଷ : শংকা, সংশয়, সন্দেহ
ସଂସ୍ଥାପନ କରନ୍ତୁ