ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ শক্তি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

শক্তি   বিশেষ্য

ଅର୍ଥ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

ଉଦାହରଣ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

ସମକକ୍ଷ : এনার্জি, ক্ষমতা, তেজ

ଅର୍ଥ : শৰীৰৰ বল

ଉଦାହରଣ : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

ସମକକ୍ଷ : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি

ଅର୍ଥ : প্রাকৃতিক ভাণ্ডাৰ

ଉଦାହରଣ : বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়

ଅର୍ଥ : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়

ଉଦାହରଣ : প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে

ଅର୍ଥ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

ସମକକ୍ଷ : ক্ষমতা, সামর্থ্য

ଅର୍ଥ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

ଉଦାହରଣ : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

ସମକକ୍ଷ : অধিকাৰ

ଅର୍ଥ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

ଉଦାହରଣ : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

ସମକକ୍ଷ : চাপ

ଅର୍ଥ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

ଉଦାହରଣ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

ସମକକ୍ଷ : জোৰ, তেজ, পৰাক্রম, বল, শকতি