ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বিপদ বা অনিষ্ট হʼব পাৰে বুলি ধাৰণা কৰিলে মনত যি ভাবৰ উদয় হয়:গুজৰাটৰ সাম্প্রদায়িক ্ সংঘর্ষই ্ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰিলে
ଉଦାହରଣ :
ସମକକ୍ଷ : আতং-বিতং, আতঙ্ক, আশঙ্কা, ডঁৰি, ডৰ, তোচ, পৰোৱা, পৰোৱাই, বিভীষিকা, ভীতি, ভয়, ভয়-ডৰ, ভয়-ভীত, ভয়-ভ্রান্তি, ভয়-সংশয়, সংশয়
ଅର୍ଥ : মনত হোৱা দুর্ভাৱনা
ଉଦାହରଣ : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল
ସମକକ୍ଷ : আশংকা, বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, সংশয়
ଅର୍ଥ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
ଉଦାହରଣ : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
ସମକକ୍ଷ : আশংকা, শঙ্কা, সংশয়, সন্দেহ
ଅର୍ଥ : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
ଉଦାହରଣ : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
ସମକକ୍ଷ : শঙ্কা, সংশয়, সন্দেহ
ସଂସ୍ଥାପନ କରନ୍ତୁ