ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রাণবায়ু উৰি যোৱা শৰীৰ
ଉଦାହରଣ : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
ସମକକ୍ଷ : ভেল, মৃতদেহ, মৰা শ, মৰাশ, লাচ, শৱ, শৱ দেহ
ଅର୍ଥ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
ଉଦାହରଣ : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
ସମକକ୍ଷ : শতক
ଅର୍ଥ : নব্বৈ আৰু দহ
ଉଦାହରଣ : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
ସମକକ୍ଷ : এশ, পাঁচ কুৰি, ১০০
ଅର୍ଥ : গণনাত এশ বা এশ সংখ্যক
ଉଦାହରଣ : আপুনি মহাত্মাজীক লগ কৰা শততম ব্যক্তি
ସମକକ୍ଷ : শততম
ସଂସ୍ଥାପନ କରନ୍ତୁ