ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : লৰি থকা কার্য
ଉଦାହରଣ : মোৰ সোঁ চকুটো লৰাৰ কাৰণে বৰ অশান্তিত আছোঁ
ଅର୍ଥ : চলমান কৰোৱা বা দুলন কার্য
ଉଦାହରଣ : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
ସମକକ୍ଷ : জোকাৰি দিয়া, জোলা, দুলা, দুলি থকা, হেন্দোলা
ଅର୍ଥ : কোনো অংগৰ হঠাৎ স্পন্দন হোৱা
ଉଦାହରଣ : মোৰ চকুদুটা কঁপিছে
ସମକକ୍ଷ : কঁ্পা
ଅର୍ଥ : নিজৰ স্থানৰ পৰা অলপ ইফাল-সিফাল হোৱা
ଉଦାହରଣ : বতাহত পাতবোৰ লৰিছে
ସମକକ୍ଷ : লৰচৰ কৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ