ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

ଉଦାହରଣ : এই গাড়ীখনে বহুত পেট্রʼল খায়

ସମକକ୍ଷ : খোৱা

ଅର୍ଥ : উদাহৰণ হিচাপে লোৱা

ଉଦାହରଣ : ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে

ସମକକ୍ଷ : লৈ লোৱা

ଅର୍ଥ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

ଉଦାହରଣ : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

ସମକକ୍ଷ : কোৱা

ଅର୍ଥ : ভাড়াত কোনো যান-বাহন আদি লোৱা

ଉଦାହରଣ : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

ସମକକ୍ଷ : ঠিক কৰা

ଅର୍ଥ : বাচি লোৱা

ଉଦାହରଣ : মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে

ଅର୍ଥ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

ଉଦାହରଣ : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

ସମକକ୍ଷ : ধৰা

ଅର୍ଥ : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : গ্রহণ কৰা

ଅର୍ଥ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

ଉଦାହରଣ : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

ସମକକ୍ଷ : গ্রহণ কৰা, স্বীকাৰ কৰা

ଅର୍ଥ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : উৰা, পিন্ধা, পৰিধান কৰা

ଅର୍ଥ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

ଉଦାହରଣ : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

ସମକକ୍ଷ : গ্রহণ কৰা, স্বীকাৰ কৰা