ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লোৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লোৰ   বিশেষ্য

ଅର୍ଥ : পানী বৈ যোৱা সৰু পথ বা সৰু জান

ଉଦାହରଣ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

ସମକକ୍ଷ : নর্দম্া, নলা, নলী

ଅର୍ଥ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ

ଉଦାହରଣ : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন

ସମକକ୍ଷ : জান, নলা

ଅର୍ଥ : পানী জমা হʼবলৈ গছ বা উদ্ভিদৰ গুৰিত ঘূৰণীয়া কৰি খন্দা খাল

ଉଦାହରଣ : তেওঁ ্গছত পানী দিবৰ কাৰণে লোৰ বনাইছে