ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ
ଉଦାହରଣ : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল
ସମକକ୍ଷ : খুন, তেজ, তেজকুৰ, লহু, শোণিত, ৰক্ত, ৰুধিৰ
ଅର୍ଥ : তেজ বৰণৰ
ଉଦାହରଣ : পুৱাৰ সূর্য ্লোহিত ্বর্ণৰ হয়
ସମକକ୍ଷ : তেজৰঙী, ্ৰক্তবর্ণী, ৰক্তাভ, ৰক্তিম
ସଂସ୍ଥାପନ କରନ୍ତୁ