ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রধানতঃ জনসাধাৰণৰ মঙ্গলৰ কাৰণে কৰা ৰাজ্যৰ সেৱা বা চাকৰি
ଉଦାହରଣ : পুলিচ, ন্যায়াধীশ আদিক লোকসেৱাৰ কাৰণে নিযুক্ত কৰা হয়
ସମକକ୍ଷ : জনসেৱা
ଅର୍ଥ : লোকৰ উপকাৰ কৰা কার্য
ଉଦାହରଣ : মই লোকসেৱা কৰি সুখ অনুভৱ কৰোঁ
ସମକକ୍ଷ : জন-কল্যাণ, জনকল্যাণ, লোক-সেৱা
ଅର୍ଥ : জনসাধাৰণৰ হিত অথবা উপকাৰৰ কাৰণে সেৱাভাৱেৰে কৰা কাম
ଉଦାହରଣ : মাদাৰ টেৰেচাই নিজৰ সমগ্র জীৱন লোকসেৱাত অতিবাহিত কৰিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ