ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লোককথা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লোককথা   বিশেষ্য

ଅର୍ଥ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী

ଉଦାହରଣ : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো

ସମକକ୍ଷ : গল্প, লোক কথা, লোক কাহিনী, সাধু

ଅର୍ଥ : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে

ଉଦାହରଣ : এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে

ସମକକ୍ଷ : কিম্বদন্তী, জনপ্রবাদ, লোকপ্রবাদ

লোককথা   বিশেষণ

ଅର୍ଥ : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে

ଉଦାହରଣ : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে

ସମକକ୍ଷ : জন-শ্রুতি, জনশ্রুতি, লোক-কথা