ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লোক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লোক   বিশেষ্য

ଅର୍ଥ : এজনতকৈ অধিক ব্যক্তি

ଉଦାହରଣ : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

ସମକକ୍ଷ : জনগণ, জনতা, জনমানস

ଅର୍ଥ : পৃথিৱীত থকা লোক

ଉଦାହରଣ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

ସମକକ୍ଷ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, সংসাৰ, ৰাইজ

ଅର୍ଥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ଉଦାହରଣ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

ସମକକ୍ଷ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, সংসাৰ, সৃষ্টি

ଅର୍ଥ : মনুষ্য জাতি বা সমূহৰ মাজৰ কোনো এজন

ଉଦାହରଣ : সকলো ব্যক্তিৰে পচন্দ বেলেগ-বেলেগ হয় এই গাড়ীখনত মাথোন দুজন ব্যক্তিহে বহিব পাৰিব

ସମକକ୍ଷ : জন, ব্যক্তি, মানুহ

ଅର୍ଥ : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ

ଉଦାହରଣ :

ସମକକ୍ଷ : ইনসান, জন, নৰ, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ