ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লেৰেলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লেৰেলা   ক্ৰিয়া

ଅର୍ଥ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

ଉଦାହରଣ : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

ସମକକ୍ଷ : জঁই ্পৰা, শুকাই যোৱা

লেৰেলা   বিশেষণ

ଅର୍ଥ : যি নিশকতীয়া আৰু পাতল শৰীৰৰ

ଉଦାହରଣ : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে

ସମକକ୍ଷ : কৃশ, কেটেঙা, ক্ষীণ, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, শী্র্ণ

ଅର୍ଥ : যাৰ সতেজতা নোহোৱা হৈছে

ଉଦାହରଣ : গৰমত লেৰেলা গছ-গছনিবোৰ বৰষুণ পৰোতেই সেউজীয়া হৈ পৰিল

ଅର୍ଥ : যি বহুত ্দুর্বল আৰু ক্ষীণ

ଉଦାହରଣ : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

ସମକକ୍ଷ : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান, শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা

ଅର୍ଥ : যি শুকাবলৈ ধৰিছে

ଉଦାହରଣ : লেৰেলি যোৱা গছবোৰত পানী ঢালি দিয়া

ସମକକ୍ଷ : লেৰেলি যোৱা