ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লেম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লেম   বিশেষ্য

ଅର୍ଥ : পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র

ଉଦାହରଣ : গধূলি হোৱাৰ লগে-লগেই গাঁৱত চাকি জ্বলে

ସମକକ୍ଷ : চাকি, চাকি-বন্তি, চেৰাগ, দীপ, দীপক, দীপিকা, প্রদীপ, বন্তি, বাতি, লেম্প

ଅର୍ଥ : এক প্রকাৰৰ পোহৰ দিব পৰা আহিলা

ଉଦାହରଣ : লেম্পটো নুমুৱাৰ লগে লগে কোঠাটো আন্ধাৰ হৈ পৰিল

ସମକକ୍ଷ : লেম্প