ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লেপন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লেপন   বিশেষ্য

ଅର୍ଥ : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ

ଉଦାହରଣ : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল

ସମକକ୍ଷ : পেষ্ট, লেও

ଅର୍ଥ : লিপা কার্য ্বা ভাব

ଉଦାହରଣ : শস্য থোৱাৰ আগতে ভঁ্ৰালৰ লেপন কৰা হয়

ଅର୍ଥ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা

ଉଦାହରଣ : বেৰৰ লেপন শেষ হৈ গৈছে

ସମକକ୍ଷ : অনুলেপন, প্লাষ্টাৰ

ଅର୍ଥ : প্ৰলেপিত কৰা কাৰ্য

ଉଦାହରଣ : ঘৰটোৰ প্ৰলেপ লগোৱা হৈছে

ସମକକ୍ଷ : প্ৰলেপ

ଅର୍ଥ : ঘা আদিৰ ওপৰত লগোৱা ঔষধৰ লেপন

ଉଦାହରଣ : তেওঁ ্ঘা-ডোখৰত ঔষধৰ লেপন লগাই আছে

ସମକକ୍ଷ : লেপ

ଅର୍ଥ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য

ଉଦାହରଣ : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে

ସମକକ୍ଷ : প্রলেপ, লেও