ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি
ଉଦାହରଣ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে
ସମକକ୍ଷ : মল, ময়লা
ଅର୍ଥ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
ଉଦାହରଣ : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
ସମକକ୍ଷ : বেয়া
ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ଉଦାହରଣ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
ସମକକ୍ଷ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা
ଅର୍ଥ : যিটোৰ শোধন কৰা হোৱা নাই
ଉଦାହରଣ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
ସମକକ୍ଷ : অপৰিষ্কৃত, অশুদ্ধ, অশোধিত, অসংশোধিত
ସଂସ୍ଥାପନ କରନ୍ତୁ