ଅର୍ଥ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা
ଉଦାହରଣ :
আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
ସମକକ୍ଷ : পেঙ্গুচিয়া, লেকেচিয়া
ଅର୍ଥ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে
ଉଦାହରଣ :
চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
ସମକକ୍ଷ : লেঙ্গেৰা
ଅର୍ଥ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
ଉଦାହରଣ :
লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
ସମକକ୍ଷ : খোৰা
ଅର୍ଥ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে
ଉଦାହରଣ :
লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
ଅର୍ଥ : যাৰ এটা ভৰি ভাঙিল
ଉଦାହରଣ :
লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল