ଅର୍ଥ : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়
ଉଦାହରଣ :
নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে
ସମକକ୍ଷ :
নিবন্ধ, প্রবন্ধ, ৰচনা