ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বিষয়ৰ ওপৰত লিখি প্রকাশ কৰা বস্তু
ଉଦାହରଣ : তেওঁৰ শিক্ষাহীনতাৰ ওপৰত লিখা লেখাটো আজিৰ বাতৰি কাকতত প্রকাশ পাইছে
ସମକକ୍ଷ : লিখনি, লেখা
ଅର୍ଥ : লিখা বস্তু
ଉଦାହରଣ : তেওঁ ্সাহিত্যিকৰ লেখনি পঢ়ি ভাল পায়
ସମକକ୍ଷ : লিখনি
ଅର୍ଥ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
ଉଦାହରଣ : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
ସମକକ୍ଷ : কলম
ସଂସ୍ଥାପନ କରନ୍ତୁ