ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অক্ষৰ বর্ণৰ চিহ্ন
ଉଦାହରଣ : এই শিলটোৰ ওপৰত ব্রাহ্মীলিপিত কিবা লিখা হয়
ଅର୍ଥ : লিখা কামত ব্যৱহৃত শৈলী
ଉଦାହରଣ : বিশ্বত বিভিন্ন প্রকাৰৰ লিখন শৈলী পোৱা যায়
ସମକକ୍ଷ : অক্ষৰশৈলী, লিখন শৈলী, লিপি শৈলী
ଅର୍ଥ : চিহ্নৰ দ্বাৰা ধ্বনি বা কোনো বিষয়ৰ লিখিত ৰূপক ব্যক্ত কৰা বিশেষ পদ্ধতি
ଉଦାହରଣ : হিন্দী ভাষা দেৱনাগৰী লিপিত লিখা হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ