ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
ଉଦାହରଣ : দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
ସମକକ୍ଷ : লেপন দিয়া
ଅର୍ଥ : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
ଉଦାହରଣ : ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে
ଅର୍ଥ : গুলি লোৱা বস্তুৰে পাতলকৈ দিয়া লেপন
ଉଦାହରଣ : তেওঁ ্ গোবৰেৰে ঘৰ লিপিছে
ସମକକ୍ଷ : মচা, লিচা, লেও দিয়া, লেপন দিয়া, লেপা
ଅର୍ଥ : লেপ লগাই থোৱা
ଉଦାହରଣ : তেওঁ ্ছাঁই লিপি থোৱা বাচনবোৰ ধুই আছে
ସମକକ୍ଷ : লিপি থোৱা, লিপ্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ