ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লাভ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লাভ কৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো কামত লগাতকৈ বেছি উপার্জন ্কৰা

ଉଦାହରଣ : তেওঁ ফলমূলৰ ব্যৱসায়ৰ যোগেদি বহুত লাভ কৰিছে

ସମକକ୍ଷ : লাভ অর্জন ্কৰা, লাভান্বিত হোৱা

ଅର୍ଥ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

ଉଦାହରଣ : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

ସମକକ୍ଷ : পোৱা

ଅର୍ଥ : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

ଉଦାହରଣ : মই ৰামৰ পৰা এশ টকা পালোঁ

ସମକକ୍ଷ : পোৱা

ଅର୍ଥ : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

ଉଦାହରଣ : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

ସମକକ୍ଷ : আহি পোৱা, পোৱা

ଅର୍ଥ : নিজৰ অধিকাৰ সাব্যস্ত কৰা

ଉଦାହରଣ : অশোকে কলিংগত জয় লাভ কৰিছিল

ସମକକ୍ଷ : পোৱা, প্রাপ্ত কৰা

ଅର୍ଥ : প্রাপ্ত হোৱা বা পোৱা কার্য

ଉଦାହରଣ : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

ସମକକ୍ଷ : পোৱা, প্রাপ্তি ঘটা

ଅର୍ଥ : পায় যোৱা

ଉଦାହରଣ : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

ସମକକ୍ଷ : পোৱা