ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লাভ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লাভ   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

ଉଦାହରଣ : সকলোৰে মংগল হোৱা কাম কৰা উচিত

ସମକକ୍ଷ : কল্যাণ, ভাল, মংগল, হিত

ଅର୍ଥ : বেপাৰ-বণিজ বা কোনো কাম আদিত হোৱা আয়

ଉଦାହରଣ : তেওঁ ্ কাপোৰৰ ব্যৱসায়ত খুউব লাভ কৰিছে মিছা কথা কৈ মোৰ কি লাভ হʼব

ସମକକ୍ଷ : টেক্কা, তিফাইত, ফইদা, ফয়দা, মুনাফা