ଅର୍ଥ : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
ଉଦାହରଣ :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
ସମକକ୍ଷ : সৰু-সুৰা
ଅର୍ଥ : যি অদৰকাৰেৰে পূর্ণ
ଉଦାହରଣ :
অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
ସମକକ୍ଷ : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা