ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লাঠি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লাঠি   বিশেষ্য

ଅର୍ଥ : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম

ଉଦାହରଣ : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে

ସମକକ୍ଷ : বেত, মাৰি, লাখুটি

ଅର୍ଥ : ধাতু বা কাঠেৰে নির্মিত দীঘল আৰু ঘূৰণীয়া মোটা টুকুৰা

ଉଦାହରଣ : ইয়াত ৰাখি থোৱা ৰদবোৰত মামৰ লাগিছে পুলিচে লাঠিৰে চোৰটোক কোবাইছে

ସମକକ୍ଷ : ৰদ

ଅର୍ଥ : মোটা আকাৰৰ ডাঙৰ মাৰি

ଉଦାହରଣ : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে

ସମକକ୍ଷ : দণ্ড, বাৰি