ଅର୍ଥ : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
ଉଦାହରଣ :
কাগজখন কাঠডালত লাগি ধৰিল
ସମକକ୍ଷ : আঁট ্খোৱা
ଅର୍ଥ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
ଉଦାହରଣ :
মোৰ ডিঙিটো টানি ধৰিছে
ସମକକ୍ଷ : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
ଅର୍ଥ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
ଉଦାହରଣ :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
ସମକକ୍ଷ : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা