ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কার্য আদিত ৰত হোৱা
ଉଦାହରଣ : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
ସମକକ୍ଷ : ব্যস্ত হোৱা, লগা
ଅର୍ଥ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
ଉଦାହରଣ : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
ସମକକ୍ଷ : কৰা
ଅର୍ଥ : কামত লিপ্ত হোৱা
ଉଦାହରଣ : মই দিনটো এই প্রশ্নটোতে লাগি থাকিলো
ସଂସ୍ଥାପନ କରନ୍ତୁ