ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ লাখ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

লাখ   বিশেষ্য

ଅର୍ଥ : এশ হাজাৰৰ মুঠ সংখ্যা

ଉଦାହରଣ : তুমি কʼব পাৰিবানে লাখত কেইটা শূন্য থাকে

ସମକକ୍ଷ : লক্ষ

ଅର୍ଥ : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে ষষ্ঠ স্থানত পোৱা মান যʼত লাখ গুণিতক পোৱা যায়

ଉଦାହରଣ : একলাখ চাৰিত লাখৰ স্থানত এক আছে

লাখ   বিশেষণ

ଅର୍ଥ : এশ হাজাৰ

ଉଦାହରଣ : তেওঁ নিজৰ ভায়েকক এক লাখ টকা দিলে

ସମକକ୍ଷ : লক্ষ