ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
ଉଦାହରଣ : বিদ্যুততো তৰঙ্গ থাকে
ସମକକ୍ଷ : ঢৌ, তৰংগ, তৰঙ্গ
ଅର୍ଥ : শৰীৰত কোনো মনোবেগ উঠা কার্য
ଉଦାହରଣ : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে
ଅର୍ଥ : হঠাৎ জোৰেৰে অহা প্রৱাহ
ଉଦାହରଣ : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে
ସମକକ୍ଷ : ধাৰ
ଅର୍ଥ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
ଉଦାହରଣ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
ସମକକ୍ଷ : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল
ସଂସ୍ଥାପନ କରନ୍ତୁ